MyGov Assamese@MyGovAssameseSep 1এক বিৰাট সফলতা! ভৱিষ্যদ্বাণী কৰা হতাশাবাদীসকল অসফল হ’ল আৰু ভাৰত আকৌ এবাৰ জিলিকি উঠিল - প্ৰধানমন্ত্ৰী @narendramodi #GDP #NewIndia #IndianEconomy00:00144
MyGov Assamese@MyGovAssameseSep 1দ্বিপাক্ষিক আলোচনাৰ জৰিয়তে সুদৃঢ় হৈছে কূটনৈতিক সম্পৰ্ক! প্ৰধানমন্ত্ৰী @narendramodi ডাঙৰীয়াই কিৰ্গিজস্তানৰ বিশ্বকেকত ইৰাণৰ ৰাষ্ট্ৰপতি মাছৌদ পেজেশ্কিয়ানৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হয়, য’ত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্ক আৰু পাৰস্পৰিক স্বাৰ্থজড়িত বিষয়সমূহৰ ওপৰত Show more00:0065
MyGov Assamese@MyGovAssameseSep 1ভাৰতৰ চিৰন্তন সংস্কৃতিয়ে সংযোগ কৰিছে হৃদয়! প্ৰধানমন্ত্ৰী @narendramodi ডাঙৰীয়াই তাছকেণ্ট ষ্টেট ইউনিভাৰ্চিটি অব্ অৰিয়েন্টেল ষ্টাডিজৰ (Tashkent State University of Oriental Studies) ভাৰতত্ত্ববিদ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰে, য’ত ভাৰতীয় কলা, সংগীত, যোগ আৰু তামিল Show more00:00161
MyGov Assamese@MyGovAssameseSep 1বন্ধুত্বই লাভ কৰিলে এক কাব্যিক ৰূপ! প্ৰধানমন্ত্ৰী @narendramodi ডাঙৰীয়াই নিজে ৰচনা কৰা এটি কবিতা উজবেকিস্তানৰ কনকন ছাত্ৰ-ছাত্ৰীৰ কণ্ঠত প্ৰাণ পাই উঠিল। এই সুন্দৰ সাংস্কৃতিক মুহূৰ্তটোৱে ভাৰত আৰু উজবেকিস্তানৰ মাজৰ উষ্মতা আৰু চিৰদিনীয়া বন্ধুত্বক অতি মৰমকৈ প্ৰতিফলিত কৰিছে। Show more00:00176
MyGov Assamese@MyGovAssameseSep 1বিকাশৰ যাত্ৰাই স্পৰ্শ কৰিলে ৭.৮%! 📈 ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহত (Q1) ৭.৮% জিডিপি (GDP) বৃদ্ধিয়ে ভাৰতৰ বাবে এক শক্তিশালী আৰম্ভণি চিহ্নিত কৰিছে আৰু ইয়াৰ বিকাশৰ যাত্ৰাক পুনৰ এক গতি প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰী @narendramodi-য়ে এই মুহূৰ্তটোক নিখুঁতভাৱে তুলি ধৰি কয়: Show more1260