১০০ কিঃমিঃ বেগত ভাৰতৰ বিখ্যাত দলংসমূহৰ ওপৰেৰে!
হিমালয়ৰ বুকুত গতি, বিশালতা আৰু অভিযান্ত্ৰিক উৎকৃষ্টতাৰ এক অপূৰ্ব মিলন ঘটাই বন্দে ভাৰতে ১০০ কিঃমিঃ/ঘণ্টা বেগত চেনাব আৰু আনজি দলং অতিক্ৰম কৰিছে।
#VandeBharat #ChenabBridge #AnjiBridge #IndianRailways
00:00

